লেপ, কম্বল আৰু আঠুৱা দম হৈ হৈ
যায়,
সিহঁতে কৰে ৰাজনীতি, গঞাঁই
ভেবা লাগি চাই ।
ফেজু ককাই মুখ টিপি হাঁহে,
সচা কথা সকলোৱে জানে,
গাড়ীৰ কলা ধোঁৱা উৰুৱাই,
সিহঁতে আশাৰ টোপোলা বিলাই ।
লেপ, কম্বল আৰু আঠুৱা দম হৈ হৈ
যায়,
সিহঁতে কৰে ৰাজনীতি, গঞাঁই
ভেবা লাগি চাই ।
ফেজু ককাই মুখ টিপি হাঁহে,
সচা কথা সকলোৱে জানে,
গাড়ীৰ কলা ধোঁৱা উৰুৱাই,
সিহঁতে আশাৰ টোপোলা বিলাই ।