নমস্কাৰ । আহ্বান:unit for youth welfare ৰ তৰফৰপৰা সকলোকে জনাব বিচাৰিছো যে যুৱ প্ৰজন্মৰ মাজত সাহিত্য প্ৰতিভা বিকাশ আৰু প্ৰচাৰৰ বাবে আমি AHWAN PUBLICATION HOUSE শীৰ্ষক এটা ব্লগ আৰম্ভ কৰিছো য'ত উচিত মানদণ্ডৰ যিকোনো লিখনি প্ৰকাশ আৰু ফেচবুকৰ জৰিয়তে প্ৰচাৰ কৰা হব।কবিতা, গল্প, ৰচনা ইত্যাদি বিষয়সমূহৰ ভিত্তিত প্ৰত্যেক মাহৰ শ্ৰেষ্ঠ লিখনিক আহ্বান ৰ পৰা সংকলিত বাৰ্ষিক আলোচনীত প্ৰকাশ কৰা হব।
লিখনি সমূহ অসমীয়া, ইংৰাজী দুয়োটা ভাষাতে গ্ৰহণ কৰা হব।
লিখনি সমূহ আমাক পঠিয়াবলৈ নিম্নোক্ত পদ্ধতি অৱলম্বন কৰক ।
১)আহ্বান ৰ এই পেজলৈ মেছেজ কৰি পঠাওক।
https://m.facebook.com/Unite4ahwan/
২)এই মেইললৈ প্ৰেৰণ কৰক
Unite4ahwan@gmail.com