মোৰ কাহিনীৰ নায়ক প্ৰনয় ৷
তুমি যেতিয়া মোৰ লগত থাকা,
মোৰ প্ৰতিটোপাল ৰক্তকণিকাই
হৃদয়ত গীত জুৰে ৷
তুমি যেতিয়া মোৰ লগত থাকা,
আকাশখন ,
চৰাইবোৰে
মৌলৈ ৰ' লাগি চায় ৷
আৰু মই মেৰিয়াই লওঁ
লাজৰ সাজযোৰ ৷
কিন্ত,
আজি মই মই শব্দহীন,
তুমি যে হ'লনি কৰিলা হৃদয়ৰ ঠিকনা,
সলনি কৰিলা হৃদয়খন
আন কাৰোবাৰ লগত ৷৷৷